অসমৰ ব্ৰা গাৰ্লৰ তুলনা নাই
ফল’ৱাৰ্ছে ক’লেহে কাপোৰ পিন্ধে অসমৰ ব্ৰা গাৰ্লে
ঘনাই তেওঁ ৰূপ সলনি কৰি থাকে৷ কেবাটাও একাউণ্টৰ পৰা সুন্দৰীয়ে আপলোড কৰি থাকে ভিডিঅ’৷ কিন্তু তেওঁৰ ভিডিঅ’ চাই কোনেও একো শিকিব নোৱাৰে৷ কাৰণ ব্ৰা-পেণ্টীৰ বাহিৰে তেওঁ বেলেগ কথা ক’ব নাজানে৷ সুন্দৰীয়ে ব্ৰা পিন্ধাৰ দৃশ্যও ৰাইজক দেখুৱায়৷ পুৱা গা ধুই প্ৰায় নগ্ন অৱস্থাতে তেওঁ এটা ভিডিঅ’ শ্বুট কৰে৷ সেইটো ভিডিঅ’ত কি অন্তৰ্বাস পিন্ধিব সেয়া প্ৰশ্ন কৰে সুন্দৰীয়ে৷ তেওঁৰ ব্ৰা-পেণ্টীৰ কালেকশ্যন দেখুৱাই যুৱতীগৰাকীয়ে কোনটো পিন্ধিলে ভাল লাগিব বুলি প্ৰশ্ন কৰে৷ ফল’ৱাৰ্ছে যদি ৰঙা পেণ্টী পিন্ধিবলৈ কয় তেন্তে তেওঁ সেই পৰামৰ্শ মানি লয়৷ প্ৰায়ে তেওঁ ফল’ৱাৰ্ছৰ সন্মুখত মাৰে ব্ৰাৰ হুক৷ কেতিয়াবা তেওঁ নগ্ন হৈয়েই ভিডিঅ’ৰ শ্বুট আৰম্ভ কৰে৷ সুন্দৰীয়ে শৰীৰ প্ৰদৰ্শন নকৰিলে থাকিব নোৱাৰে৷ নিজকে অসমৰ ছানী লিঅ’নী বুলি ভাবে অসমৰ মহিলাগৰাকীয়ে৷ প্ৰায়ে তেওঁ ৰাইজৰ সন্মুখত অৰ্ধ উলংগ হৈ কৰে স্নান৷ কেতিয়াবা শৰীৰত হালধি সানিলেও লাইভ কৰি যুৱতীগৰাকীয়ে ৰাইজক দেখুৱাই শান্তি পায়৷ দৰাচলতে তেওঁ কিয় তেনেকুৱা অসভ্যালি কৰে সেয়া ফল’ৱাৰ্ছে বুজি নাপয়৷ একমাত্ৰ ফে’চবুকৰ এংগেজেমেণ্ট বৃদ্ধিৰ বাবেই যে তেওঁৰ অসভ্যালি চলি থাকে সেইটো খাটাং৷ কিন্তু আন সকলো কনটেণ্ট ক্ৰিয়েটৰৰ তুলনাত তেওঁ কৰে বেছি অসভ্যালি৷ যুৱতীগৰাকীয়ে দেখুৱাবলৈ বাকী আছে কেৱল গোপন অংগ৷ তাৰ বাহিৰে তেওঁৰ শৰীৰৰ প্ৰতিটো অংশ ফল’ৱাৰ্ছৰ বাবে একেবাৰে চিনাকি হৈ পৰিছে৷
এইবাৰ সুন্দৰীয়ে ফল’ৱাৰ্ছক দেখুৱাইছে কেইটামান ফটা পেণ্টী৷ তেওঁ পিন্ধি পিন্ধি পেণ্টী ফালি দিয়া বুলি কৈ গৌৰৱ কৰিছে নগ্ন সুন্দৰীয়ে৷ যুৱতীগৰাকীয়ে কেতিয়াবা ভিডিঅ’ কৰি থকাৰ মাজতে স্বামীক কাষলৈ মাতে৷ স্বামীয়ে ভিডিঅ’ত লগাই দিব লাগে তেওঁৰ ব্ৰাৰ হুক৷ স্বামীয়ে কিমান মৰম কৰে সেয়া বুজাবলৈ তেওঁ কাষলৈ মাতে গিৰিয়েকক৷ ফল’ৱাৰ্ছে দেখাকৈ ব্ৰাৰ হুক মাৰি দিয়াৰ বাবে মহিলাগৰাকীয়ে স্বামীক জনাই অনুৰোধ৷ কেতিয়াবা তেওঁ বিছনাত পৰি থকা সময়ত গাত একো কাপোৰেই নাথাকে৷ উলংগ হৈ তেওঁ শুই থাকে৷ তেতিয়া ভিডিঅ’ৰ শ্বুট আৰম্ভ কৰে মহিলাগৰাকীৰ স্বামীয়ে৷ ভিডিঅ’তহে তেওঁ কাপোৰ পৰিধান কৰে৷ অৱশ্যে মহিলাগৰাকীয়ে লোকে বেয়াকৈ ক’লে ভাল নাপায়৷ তেওঁৰ মতে নিজৰ ইচ্ছামতে সকলোৱে কাপোৰ পিন্ধিব পাৰে৷ যাৰ মন নাই তেওঁ উলংগ হৈ থাকিব পাৰে বুলিও ভাবে সুন্দৰীয়ে৷
নিজকে অসমৰ ছানী লিঅ’নী বুলি বিবেচনা কৰা সুন্দৰীৰ ঘৰত একো বান্ধোন নাই৷ সেয়ে তেওঁ যি ইচ্ছা সেয়াই পৰিধান কৰিব পাৰে৷ মহিলাগৰাকীয়ে প্ৰায়ে কেমেৰাৰ সন্মুখত স্নান কৰে৷ এদিন গাখীৰ ঢালিও তেওঁ অন-কেমেৰা গা ধুইছিল৷ অৱশ্যে ব্ৰা পিন্ধি কেমেৰাৰ সন্মুখত হাজিৰ হ’লেও তেওঁক স্বামীয়ে বেয়া নাপায়৷ মুঠতে এইগৰাকী মহিলাৰ বাবে অসমৰ নেটিজেনে সকলোৰে সন্মুখত ফে’চবুক খুলিব নোৱাৰা হৈছে৷ তেওঁ যেন হৈ পৰিছে ফে’চবুকৰ গণিকা৷ যেনেদৰে সোণাগাচিত বেশ্যাই শৰীৰ প্ৰদৰ্শন কৰি গ্ৰাহকক আকৰ্ষণৰ চেষ্টা কৰে তেনেদৰে এইগৰাকী মহিলায়ো ফে’চবুকত দেখুৱাই থাকে নগ্ন শৰীৰ৷ ফল’ৱাৰ্ছক টানিবলৈ তেওঁ উলংগ হ’বলৈহে বাকী আছে৷ শৰীৰৰ প্ৰায়ভাগেই দেখুৱাইছে অসমৰ সুন্দৰীয়ে৷



