কাপোৰ খুলি প্ৰদৰ্শন কৰিলে আইছাই

আৰুনো কি দেখুৱাবলৈ বাকী থাকিল আইছা শৰ্মাই
দেখুৱাবলৈ একোৱেই নাৰাখিলে ধুনীয়া বিহাৰী যুৱতীয়ে
বলীউডত আচলতে নেহা আৰু আইছা শৰ্মাৰ একো কাম নাই৷ তেওঁলোকে চিনেমাত অভিনয় কৰাৰো সুযোগ পোৱা নাই৷ স্পৰ্টছ ব্ৰা পিন্ধি সদায় জিমলৈ যোৱাৰ বাদে মুম্বাইত শৰ্মা ছিষ্টাৰ্ছৰ নাই কাম৷ মাজতে এটা বিজ্ঞাপনত নেহা শৰ্মাই অভিনয় কৰিছিল৷ তাৰ বাদে তেওঁলোকক বিগস্ক্ৰীনত দৰ্শকে দেখিয়েই পোৱা নাই৷ শৰ্মা ছিষ্টাৰ্ছে কেৱল শৰীৰ প্ৰদৰ্শনহে কৰিব জানে৷ অভিনয়ৰ বাবে প্ৰয়োজনীয় প্ৰতিভা শৰ্মা ছিষ্টাৰ্ছৰ নাই৷ সেয়ে দেখাত সুন্দৰী হ’লেও তেওঁলোকক সুযোগ দিবলৈ টান পাই বলীউডী পৰিচালকে৷ কিন্তু শৰীৰ প্ৰদৰ্শন কৰাত শৰ্মা ছিষ্টাৰ্ছ আগৰণুৱা৷ বাই-ভনী দুয়ো মন গ’লেই গোপন অংগ প্ৰদৰ্শন কৰে৷ এইবাৰ আইছা শৰ্মায়ো তেনেকুৱাই কৰিলে৷ তেওঁ আজি জিম কৰিবলৈ পিন্ধি গৈছিল স্পৰ্টছ ব্ৰা আৰু হটপেণ্ট৷ জিমৰ পৰা প্ৰস্থানৰ সময়ত কেমেৰামেনৰে ভেটাভেটি হ’ল আইছা৷ তেতিয়া একেবাৰে লাজ কৰাৰ অভিনয় কৰিলে আইছাই৷ তেওঁ যেন ফটো উঠিবলৈ লাজ কৰে তেনেকুৱা অভিনয়েই কৰিলে বিহাৰী সুন্দৰীয়ে৷ কিন্তু ফটো উঠিবলৈ যে আইছাই সুযোগ বিচাৰি ফুৰে সেয়া সকলোৱেই জানে৷ তথাপি লাজকুৰীয়া ছোৱালীৰ দৰে অভিনয় কৰি আইছাই প’জ দিলে৷ তেওঁ প’জ দিওতেহে সকলোৰে চকু কঁপালত উঠিল৷ কাৰণ আইছাই ব্ৰা অবিহনে জিমৰ পৰা ওলাই প্ৰদৰ্শন কৰিছিল শৰীৰ৷ তেওঁ স্পৰ্টছ ব্ৰা পিন্ধি আছিল যদিও প্ৰকট হৈ পৰিছিল নিপ্পল৷ কেমেৰাত ধৰা পৰিছিল আইছা শৰ্মাৰ স্তনবৃন্ত৷ আশ্বৰ্যকৰভাৱে আইছাই নিপ্পল ঢাকিবলৈ চেষ্টা নকৰিলে৷ ৰূপহী কন্যাই সগৌৰৱেৰে দেখুৱাইহে দিলে উঠন বুকুৰ নিপ্পল৷
তেওঁ নিজে লাজ নকৰিলে যেতিয়া ফটোগ্ৰাফাৰে আইছাৰ সুঠাম শৰীৰটো কেমেৰাত আবদ্ধ কৰাত দেৰী নকৰিলে৷ আইছাৰ সুদৌল বক্ষপ্ৰদেশ নিমিষতে চেলেকি পেলালে শতাধিক কেমেৰাৰ ফ্লাছে৷ কেমেৰাৰ লেন্সত আবদ্ধ হ’ল আইছাৰ নিপ্পলৰ ফটো৷ তাকে দেখি নেহা শৰ্মায়ো ফটোৰ বাবে প’জ দিলে৷ তেওঁ বক্ষপ্ৰদেশ প্ৰদৰ্শনৰ চেষ্টা কৰিলে৷ অৱশ্যে নেহাকো সমানে গুৰুত্ব দি বলীউডী সাংবাদিকে কেবাখনো ফটো ক্লিক কৰিলে৷ নেহায়ো পাৰেমানে দেখুৱাই দিলে শৰীৰ৷ বিহাৰী তনয়া হৈ পৰিল বি-টাউনৰ সম্ৰাজ্ঞী৷
মুম্বাইত কাম নথকা এই দুই যুৱতীৰ পিতৃ হৈছে বিহাৰৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা৷ তেওঁলোকৰ পিতৃ অজিত শৰ্মা পূৰ্বে ভাগলপুৰ সমষ্টিৰ বিধায়ক আছিল৷ মাজতে দেউতাকৰ হৈ প্ৰচাৰো চলাইছিল নেহা শৰ্মাই৷ তাৰোপৰি নেহাই কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰাটোও নিশ্চিত হৈ পৰিছিল৷ কিন্তু নেহা শৰ্মাই শাড়ী পিন্ধিব নোৱাৰে৷ নেহা শ্বৰ্টছ পৰিধান কৰাতহে অভ্যস্ত৷ তেওঁ সেইটো সমস্যাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিলে৷ বিহাৰত প্ৰচাৰ চলাবলৈ নেহাই পিন্ধিবই লাগিব শাড়ী৷ এই বয়সতে নেহাই শ্বৰ্টছ পৰিধান কৰিবলৈ এৰি শাড়ী পিন্ধি ৰাজনৈতিক নেত্ৰী হ’ব বিচৰা নাই৷ সেয়ে তেওঁ সাময়িকভাৱে ৰাজনৈতিক অভিলাষ ত্যাগ কৰিছে৷ ৰাজনীতিৰ সলনি মুম্বাইত স্পৰ্টছ ব্ৰা পিন্ধি জিম কৰাটোৱেই সুবিধা জনক বুলি বিবেচনা কৰিছে নেহা আৰু আইছা শৰ্মাই৷ অৱশ্যে মাজে মাজে চলি আছে নেহা শৰ্মাৰ বিয়াৰ কথা৷ এজন বিদেশী মডেলৰ সৈতে নেহাৰ বিয়া ঠিক হোৱা বুলি বন্ধুমহলক জনাইছে ভনীয়েক আইছাই৷