চিনেমাখনৰ নাই কোনো প্ৰচাৰ, ক’তো লগোৱা নাই প’ষ্টাৰ
তথাপি চিনেমাখন ছুপাৰহিট৷ কেৱল হিট বুলি ক’লেই নহ’ব৷ আচলতে চিনেমাখন ব্লকবাষ্টাৰ হৈছে৷ অ’য়’ হোটেলত শ্বুটিং কৰা চিনেমাখন চাবলৈ কোটি কোটি দৰ্শকে ঠেলা-হেঁচা কৰিছে৷ লিংক বিচাৰি ফে’চবুকত আন্দোলনো হৈছে৷ চিনেমাখন চাবলৈ নাপালে ফে’চবুকত অগণন পুৰুষে আন্দোলন কৰাৰ ভাবুকি দিছে৷ কাৰণ চিনেমাখনৰ নায়িকাই অপূৰ্ব অভিনয় কৰিছে৷ এইখন চিনেমাৰ জৰিয়তে তেওঁ ইণ্ডাষ্ট্ৰীত আত্মপ্ৰকাশ কৰিছিলহে৷ কিন্তু আৰম্ভণিতে ইমানেই বঢ়িয়া এক্টিং কৰিছে যে দৰ্শকে দাম ভৰি লিংক কিনি হ’লেও চিনেমাখন উপভোগ কৰাৰ সুযোগ বিচাৰিছে৷ ধুনীয়া অভিনেত্ৰীৰ প’জ দেখি দৰ্শক হৈ পৰিছে উত্ৰাৱল৷
আপোনালোকে অৱশ্যে চিনেমাখন হলত মুক্তি দিয়া হৈছে বুলি নাভাবিব৷ এইখন চিনেমা প্ৰদৰ্শন কৰিবলৈ হলৰ সাহস নাই৷ কেৱল ম’বাইলতহে চিনেমাখন চলি আছে৷ বিদেশৰ পৰ্ন ৱেবছাইটতো চিনেমাখন হিট হৈছে৷ খবৰ অনুসৰি এইখন চিনেমা বেলতলাৰ এখন অ’য়’ হোটেলত শ্বুটিং কৰা হৈছিল৷ চিনেমাৰ নায়িকা যুৱতীগৰাকী হৈছে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী৷ চৰকাৰী চাকৰিয়াল যুৱতীগৰাকীয়ে হোটেলত প্ৰেমিকক লগ ধৰিছিল৷ গুৱাহাটীত শ্বপিং কৰিবলৈ গৈ প্ৰেমিকৰ সৈতে অ’য়’ হোটেলত চিনেমাখনৰ শ্বুট কৰিছিল বাইদেৱে৷ তেওঁৰ অনুমতিসাপেক্ষে চিনেমাখনৰ দৃশ্য মোবাইলত ৰেকৰ্ডিং কৰিছিল প্ৰেমিকে৷
তেতিয়া কিন্তু প্ৰেমাস্পদে এই চিনেমাখন কেতিয়াও ৰিলিজ নিদিয়ে বুলি প্ৰতিশ্ৰুতি দিছিল৷ সেয়ে কেমেৰাৰ সন্মুখতে সুন্দৰী যুৱতীয়ে কাপোৰ খুলিছিল৷ প্ৰেমিকক তেওঁ স্পৰ্শ কৰিবলৈ দিছিল গোপন অংগ৷ কিন্তু গড্ডাৰ প্ৰেমিকে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে৷ দুয়োৰে ব্ৰেক-আপ হোৱাৰ পিছত প্ৰেমিকে ৰিলিজ কৰি দিলে ফিল্ম৷ প্ৰথমে কেবাটাও হোৱাটছএপ গ্ৰুপত এইখন ফিল্ম ৰিলিজ হ’ল৷ পিছলৈ পৰ্ন ৱেবছাইটতো প’ষ্ট কৰা হ’ল ফিল্মখন৷ এইপৰ্যন্ত অসমীয়া যুৱতীৰ উলংগ শৰীৰ কোটিৰ ঘৰত দৰ্শকে উপভোগ কৰিলে৷ খবৰ অনুসৰি চিনেমাখনত অভিনয় কৰা যুৱতীগৰাকী গোলাঘাটৰ৷ তাতে তেওঁ স্বাস্থ্য বিভাগত চাকৰি কৰে৷
চৰকাৰী চাকৰিৰ মাজতে প্ৰেমিকে মাতি পঠিওৱাৰ বাবে নাইট ছুপাৰ গুৱাহাটীলৈ গৈছিল যুৱতীগৰাকী৷ তেওঁ ভবা নাছিল প্ৰেমিকৰ বেইমানিৰ কথা৷ ইমান ভালপোৱা প্ৰেমাস্পদে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে বুলি যুৱতীগৰাকীয়ে বিশ্বাস কৰিছিল৷ সেয়ে অ’য়’ হোটেলত প্ৰেমিকে বিচৰাধৰণৰে কেমেৰাৰ সন্মুখত তেওঁ দিছিল প’জ৷ প্ৰেমিকৰ নিৰ্দেশ শুনি অ’য়’ হোটেলত কাপোৰ খুলিছিল অসমৰ সুন্দৰীয়ে৷ তেওঁ সংকোচ কৰা নাছিল৷ প্ৰেমিকক শাৰিৰীক সুখ দিবলৈ চেষ্টা কৰিছিল গোলাঘটীয়া যুৱতীয়ে৷ কিন্তু গড্ডাৰ বয়ফ্ৰেণ্ডে বিশ্বাসৰ মূল্য দিব নাজানিলে৷ ব্ৰেক-আপৰ পিছত পাষণ্ডই ৰাইজক দেখুৱালে নগ্ন শৰীৰ৷
এই ফিল্মখন লাহে লাহে ছুপাৰহিট হৈছে৷ প্ৰেমিক-প্ৰেমিকাৰ অ’য়’ হোটেলত মিলনৰ দৃশ্য উপভোগ কৰিছে অসংখ্য দৰ্শকে৷ চিনেমাখন ৰিলিজ হোৱাৰ পিছতে সেই যুৱতীগৰাকী চাকৰিলৈ নোযোৱা হৈছে৷ তেওঁ নাৰ্ছ হিচাপে কাম কৰা হস্পিতেলখনে খবৰ লৈছে যুৱতীগৰাকীৰ৷ কিন্তু তেওঁ কাৰো ফোন ৰিচিভ কৰা নাই৷ এই চিনেমাখন ৰিলিজ কৰি অসমৰ পৰা অন্তৰ্ধান হৈছে যুৱতীগৰাকীৰ প্ৰেমিক৷ বিহাৰী যুৱকৰ সৈতে প্ৰেম কৰাৰ পৰিণাম ভোগ কৰিছে গোলাঘটীয়া সুন্দৰীয়ে৷ কান্দি থাকিলেও তেওঁৰ এতিয়া একো উপায়েই নাই৷



