ব্লেক বিউটীৰ কিমান উপাৰ্জন


বিহাৰীয়ে অহংকাৰেই কৰি কয়- এক বিহাৰী চব পে ভাৰী
কথাটো অৱশ্যে নোহোৱাও নহয়৷ বিহাৰীয়ে প্ৰায়ে দেশত চমৎকাৰ কৰিয়েই আছে৷ এইবাৰ কিন্তু কোনো বিহাৰী ক্ৰিকেটাৰ নতুবা নেতাই নহয়, এগৰাকী বিহাৰী যুৱতীয়েহে দেশক বিমুগ্ধ কৰিছে৷ কিছুদিন আগলৈ কোনেও চিনি নোপোৱা বিহাৰী যুৱতীগৰাকী হঠাতে নেশ্যনেল ক্ৰাছ হৈ পৰিল৷ বিহাৰী যুৱতী তানিয়া মিশ্ৰৰ সৌন্দৰ্যৰ তুলনা নাই৷ ধুনীয়া ছোৱালী বুলি ক’লে তানিয়াৰ সৌন্দৰ্যৰ কথা কমাই কোৱা হ’ব৷ আচলতে তানিয়াৰ সৌন্দৰ্য ক্লিঅ’পেট্ৰাৰ সৈতেহে তুলনা কৰিব পাৰিব৷ পদুমৰ পাহিৰ দৰে চকুৰ গৰাকী তানিয়াক দেখিলেই পুৰুষৰ মন বিগলিত হৈ যায়৷ তানিয়াক চাবলৈ থিতাতে জমা হৈ যায় অজস্ৰ লোক৷
তানিয়াই অৱশ্যে বিশেষ একো কৃতিত্বও অৰ্জন কৰা নাই৷ বলীউডত কাম বিচাৰি সংগ্ৰাম কৰি থকা তানিয়া হৈছে নৱাগত মডেল৷ তেওঁ এতিয়াও চিনেমাত অভিনয়ৰ সুযোগ পোৱা নাই৷ মাজতে তানিয়াই এখন ৱেবছিৰিজত অভিনয় কৰিছিল৷ তাৰ পিছত দেশজুৰি তানিয়াৰ নাম ফাটি-ফুটি গ’ল৷ বলীউডত প্ৰৱেশ কৰিলে তানিয়াই চমৎকাৰ কৰিব বুলি সকলো পতিয়ন গ’ল৷ অৱশ্যে তানিয়া বেছিকৈ বিখ্যাত হোৱাৰ কাৰণটো বেলেগ৷ তানিয়াই ইনষ্টাগ্ৰাম আৰু ফে’চবুক চেনেলৰ জৰিয়তে এক্সক্লুছিভ কনটেণ্ট বিক্ৰী কৰে৷ মাহিলী পইচা দিয়া ছাবস্ক্ৰাইবাৰক তানিয়াই শৰীৰৰ ভূগোল দেখুৱাই কৰি তোলে মন্ত্ৰমুগ্ধ৷
সেয়ে তানিয়া অধিক জনপ্ৰিয় হৈ পৰিল৷ বিহাৰী যুৱতীৰ শাৰিৰীক সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতিদিনে লাখৰ ঘৰত লোকে তানিয়াৰ চেনেল ছাবস্ক্ৰাইব কৰিছে৷ তানিয়াৰ উপাৰ্জনো সেয়ে বৃদ্ধি হৈছে৷ এজন ছাবস্ক্ৰাইবাৰৰ পৰা তানিয়াই লাভ কৰিছে প্ৰায় ২০০ টকা৷ তানিয়াই এক্সক্লুছিভ কনটেণ্টৰ ভিতৰত প্ৰায়ে বিকিনী পিন্ধা ফটো প’ষ্ট কৰে৷ তানিয়াৰ অপূৰ্ব শৰীৰ দেখি তেতিয়াই গলি যায় ছাবস্ক্ৰাইবাৰৰ মন৷ প্ৰায়ে গোপন ভিডিঅ’ও প’ষ্ট কৰে তানিয়াই৷ ব্ৰাহ্মণ সুন্দৰী তানিয়াক চাবলৈ ৰৈয়েই থাকে ছাবস্ক্ৰাইবাৰ৷
অৱশ্যে তানিয়াই এইপৰ্যন্ত মডেলিঙতো বিশেষ সুনাম অৰ্জন কৰিব পৰা নাই৷ তথাপি ছ’চিয়েল মিডিয়াতে তানিয়াৰ জনপ্ৰিয়তা দেখি আচৰিত হৈছে ব্ৰেণ্ডবোৰ৷ কেবাটাও ব্ৰেণ্ডে তানিয়াক ব্ৰেণ্ড এম্বেছাদৰ হ’বলৈ কোটিটকাৰ অফাৰ দিছে৷ তানিয়ায়ো সেইদৰে এমাহতে কোটি টকা উপাৰ্জন কৰিছে৷ মাজতে তানিয়াই বাথৰূম ভিডিঅ’ প’ষ্ট কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ তেতিয়া হঠাতে বৃদ্ধি পাইছিল তানিয়া মিশ্ৰৰ উপাৰ্জন৷ ভোজপুৰী চিনেমাৰ অভিনেত্ৰী তানিয়া মিশ্ৰক ইনষ্টাগ্ৰামত ফল’ৱাৰ্ছৰ সংখ্যাও বৃদ্ধি হৈছে৷
খুবেই সাধাৰণ পৰিয়ালৰ দুহিতা তানিয়া মিশ্ৰ কিন্তু মিল্কী বিউটী নহয়৷ নিজৰ মিঠাবৰণীয়া সৌন্দৰ্য প্ৰদৰ্শন কৰিয়েই তানিয়া বিখ্যাত হৈছে৷ তানিয়াৰ মতে ধুনীয়া হ’বলৈ সকলো বগা হোৱাৰ প্ৰয়োজন নাই৷ মিঠাবৰণীয়া হ’লেও সৌন্দৰ্যশালী হ’ব পাৰি বুলি তানিয়াই দাবী কৰিছে৷ অৱশ্যে ভাইৰেল হোৱাৰ বাবে শ্বৰ্টকাট অৱলম্বন কৰিছে তানিয়া মিশ্ৰই৷ আগতে শৰীৰ আবুৰ কৰি কাপোৰ পিন্ধা তানিয়াই পিন্ধিব ধৰিছে চুটি পোছাক৷ তানিয়াৰ শকত কলাফুল চাবলৈ মাহিলী ধন খৰচ কৰিছে ফে’চবুকৰ ছাবস্ক্ৰাইবাৰে৷