গুপুতে গুপুতে আলিংগনৰ খেলা খেলিও নালাগে ভাগৰ
বান্ধি থ’লেও প্ৰেমিকাক সাবটি ধৰিবলৈ মন যায় কিশোৰ প্ৰেমিকৰ
শুনি আচৰিত নহ’ব৷ প্ৰেমিকে প্ৰিয়তমাক চকুৰ সন্মুখতে ৰাখিব বিচাৰে৷ চকু মেলিলেই যাতে প্ৰেয়সীৰ পূৰ্ণচন্দ্ৰৰ দৰে নিপোটল মুখখন দেখে তাৰ বাবে পৃথিৱীৰ প্ৰতিজন পুৰুষ সতৰ্ক৷ এই যুৱকজনেও প্ৰেমৰ মহিমা বুজি পায়৷ সেয়ে কোনোবাই দম দিলেও ভয় নকৰে সাহসী প্ৰেমিকজনে৷ তেওঁ প্ৰেমিকাক দিব বিচাৰে সাহস৷ যুৱকজনৰ প্ৰেমিকাৰ বয়স কম৷ তথাপি টিউশ্যন শেষ হোৱাৰ পিছত তেওঁ প্ৰেমিকাক নৈ পাৰলৈ ফুৰাব নিছিল৷ অংকৰ টিউশ্যন কৰি আজৰি হোৱা প্ৰিয়তমাক বাইকত উঠাই নি নৈৰ পাৰত বহিছিলহে৷ তেনেতে তেওঁৰ হঠাতে মনটো কিবা লাগি গ’ল৷ উন্মনা হৈ পৰা মনটোক বুজাব নোৱাৰি যুৱকজনে খামোচ মাৰি ধৰিলে কুমলীয়া প্ৰেয়সীৰ স্তন৷ পছন্দৰ পুৰুষে শৰীৰ স্পৰ্শ কৰা দেখি প্ৰেমিকায়ো আপত্তি নকৰিলে৷ বয়ফ্ৰেণ্ডে কোৱামতে তেওঁ খুলি দিলে সমস্ত কাপোৰ৷ নৈৰ পাৰত দুয়ো ৰতিক্ৰিয়াত মগ্ন হৈ পৰিল৷ প্ৰেমিকৰ স্পৰ্শত গাৰ্লফ্ৰেণ্ড আলসুৱা হৈ পৰিল৷ কথা ক’ব খুলিও জাপ খাই গ’ল ওঁঠ৷ নৈৰ পাৰত তেওঁলোকে স্বৰ্গসুখ লাভ কৰিলে৷ কিন্তু আজি দুয়োৰে ভাগ্য সুপ্ৰসন্ন নাছিল৷ শৃংগাৰ ৰসত উটি-ভাহি দুয়ো তৃপ্ত হ’বলৈ ধৰোতে শুনিলে অচিন পুৰুষৰ কণ্ঠস্বৰ৷ তেওঁলোকে তাৰ পৰা পলোৱাৰ সুযোগেই নাপালে৷ দুয়োকে হাতে-লোটে ধৰি জপতিয়াই বান্ধিবলৈ চেষ্টা চলালে নৈপৰীয়া এদল বাহুবলী পুৰুষে৷
প্ৰেমাস্পদক বন্দী কৰি গাঁৱৰ ৰাইজে জেৰা কৰিলে৷ তেওঁলোক ক’ৰ আৰু কিয় তালৈ গৈছিল সোধা হ’ল৷ প্ৰথমে একো নক’লেও যুৱকজনে স্বীকাৰ কৰিলে নৈৰ পাৰত উপস্থিত হোৱাৰ ৰহস্য৷ গতিকে দুয়োৰে ঘৰলৈ ফোন কৰা হ’ল৷ যুৱকজনক গৰুপঘাৰে মেৰিয়াই মেৰিযাই বন্ধা হ’ল৷ তেওঁৰ প্ৰেমিকাকো পলাব নোৱাৰাকৈ বান্ধি থ’লে৷ পৰৱৰ্তী সময়ত কিশোৰীৰ পিতৃলৈ ফোন কৰি গাঁৱৰ ৰাইজে খবৰটো দিলে৷ তেওঁৰ জীয়েকে প্ৰেমিকৰ সৈতে লিলিমাই কৰি নৈৰ পাৰত ধৰা পৰিছে বুলি জনাই দিয়া হ’ল৷ অৱশ্যে থিতাতে ঘটনাস্থলীত উপস্থিত হৈ দেউতাকে জীয়েকক উদ্ধাৰ কৰিলে৷ ৰাইজৰ হাতে-ভৰিয়ে ধৰি পুলিচক খবৰ নিদিবলৈ লোকজনে অনুৰোধ কৰিলে৷ তেওঁৰ কথা শুনি যুৱতীগৰাকীক এৰি দিলে স্থানীয় লোকে৷ তেৱেঁই ৰাইজক কাকূতি কৰি জীয়েকৰ প্ৰেমিকক উদ্ধাৰ কৰিলে৷ কিন্তু ঘটনাৰ ভিডিঅ’ ফাদিল হ’ল৷
গাঁৱৰ ৰাইজে ঘটনাৰ বিষয়ে কাকো নকওঁ বুলি ক’লেও এজন লোকে ফে’চবুকত কৰা লাইভৰ দ্বাৰা যুৱতীগৰাকী ভাইৰেল হৈ পৰিল৷ আমি জানিব পৰামতে নৈৰ পাৰত প্ৰেমিকৰ বাবে কাপোৰ খোলা যুৱতীগৰাকী হৈছে স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী৷ তেওঁ টিউশ্যন কৰিবলৈ গৈ প্ৰেমিকক লগ ধৰিছিল৷ তেওঁৰ প্ৰেমিকো একেখন কলেজৰে জ্যেষ্ঠ ছাত্ৰ৷ দুয়ো নৈৰ পাৰত কামলীলাত আগতেও মত্ত হৈ পৰিছিল৷ তেতিয়া গাঁৱৰ ৰাইজে ধৰিব পৰা নাছিল প্ৰেমাস্পদক৷ কিন্তু আজি তেওঁলোকক ভাগ্যদেৱীয়ে প্ৰতাৰণা কৰিলে৷
গতিকে গৰুৰ দৰে বান্ধ খাবলগীয়া হ’ল প্ৰেমাস্পদ৷ এইটো ঘটনাৰ পিছত তেওঁলোক দুয়োকে নামনি অসমৰ কলেজখনে বহিষ্কাৰ কৰিছে৷ কলেজৰ নাম বদনামী কৰাৰ অভিযোগত তেওঁলোকক উলিয়াই দিয়া হৈছে৷ প্ৰেমিকক শৰীৰৰ সুখ দিবলৈ নিৰ্বস্ত্ৰ হোৱা দুষ্ট ছোৱালীজনীক দেউতাকে কৰি থৈছে গৃহবন্দী৷



