প্ৰেমিকে কৈছিল- ব’লা আমি ফুৰিবলৈ যাওঁ…
আজলী গাৰ্লফ্ৰেণ্ডেও ভাবিছিল- আমি আউটিং কৰিবলৈ যাম৷ কিন্তু আচলতে বয়ফ্ৰেণ্ডৰ ধান্দা আছিল বেলেগ৷ প্ৰেমিকাক নিৰ্জন স্থানলৈ নি কামলীলা কৰাৰ গোপন পৰিকল্পনা কৰি থৈছিল বয়ফ্ৰেণ্ডে৷ সেইমতে প্ৰেমিকাও ফুৰিবলৈ যোৱাৰ বাবে মান্তি হ’ল৷ দুয়ো বাইক দৌৰাই নদীৰ পাৰত বহিলগৈ৷ আজলী প্ৰেমিকাই একো বুজিয়েই নাপালে৷ তেওঁক থিতাতে নিৰ্বস্ত্ৰ কৰি পেলালে বয়ফ্ৰেণ্ডে৷ ঘৰৰ পৰা চেলোৱাৰ পিন্ধি ওলোৱা যুৱতীগৰাকীৰ এপদ এপদকৈ বস্ত্ৰহৰণ কৰিলে প্ৰেমিকে৷ তেওঁ বাধা দিছিল, কিন্তু অবাধ্য বয়ফ্ৰেণ্ডে নুশুনিলে৷ বাধ্যত পৰি প্ৰেমিকৰ ওচৰত ছাৰেণ্ডাৰ কৰিবলগীয়া হ’ল৷ কিন্তু হঠাতে ঘটি গ’ল অঘটন৷
সেইদিনা আউটিং কৰিবলৈ যোৱা প্ৰেমাস্পদে একো ধৰিবই নোৱাৰিলে৷ নিৰ্বস্ত্ৰ ছোৱালীজনীয়ে পিন্ধাৰ সুযোগেই নাপালে চেলোৱাৰৰ পেণ্ট৷ তেওঁ অৰ্ধনগ্ন হৈ থাকোতেই এদল লোকে আগুৰি ধৰিলে৷ কোন তই বুলি প্ৰশ্ন কৰি ছোৱালীজনীক জেৰা কৰিলে লোকসকলে৷ অসহায় কিশোৰীয়ে ইফালে-সিফালে চালে৷ কিন্তু তেতিয়ালৈ তেওঁৰ কাষত নাছিল বয়ফ্ৰেণ্ড৷ চিৰজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰেমিকে তেতিয়ালৈ ফৰিংছিটিকা দিছিল৷ ৰাজহুৱা স্থানত প্ৰেমিকাৰ বস্ত্ৰহৰণ কৰাৰ পিছতে স্থানীয় লোকক দেখি পলায়ন কৰিছিল প্ৰেমিকে৷ শেষত অসহায় হৈ অৰ্ধনগ্ন যুৱতীগৰাকীয়ে কান্দি দিলে৷ তেওঁ ক্ষমাপ্ৰাৰ্থনা কৰিলে৷
প্ৰেমিকৰ সৈতে নদীৰ পাৰত আউটিং কৰিবলৈ যোৱাৰ কথা স্বীকাৰ কৰি ছোৱালীজনীয়ে এইবাৰলৈ এৰি দিয়াৰ বাবে স্থানীয় লোকসকলক অনুৰোধ কৰিলে৷ তেতিয়ালৈ নদীৰ পাৰতে বাইক এৰি পলাই কোনোবা ধুবুৰী পাইছিলগৈ তেওঁৰ প্ৰেমিক৷ অৱশ্যে স্থানীয় লোকে অসহায় কিশোৰীৰ অনুৰোধ ৰক্ষা কৰিলে৷ তেওঁক কাপোৰ পিন্ধিবলৈ সুযোগ দি তাৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হ’ল৷ ছোৱালীজনীৰ অনুৰোধক্ৰমে পুলিচক খবৰ দিয়া নহ’ল৷ কিন্তু তেতিয়ালৈ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিল৷ কিশোৰীগৰাকীয়ে পেণ্ট নিপিন্ধাকৈ ঘূৰি ফুৰাৰ দৃশ্যটো গোপন হৈ নাথাকিল৷ তেওঁ নদীৰ পাৰত কামলীলা কৰিবলৈ যোৱাটো গম পালে পৰিয়ালে৷ সেয়ে থানালৈ যাবলগীয়া নহ’লেও লাভ নহ’ল নামনি অসমৰ কুমলীয়া ছোৱালীজনীৰ৷
তেওঁৰ প্ৰেমিকে অৱশ্যে পলায়ো সাৰিব নোৱাৰিলে৷ পলায়নৰ সময়ত যুৱকজনে নদীৰ পাৰতে এৰিছিল বাইকখন৷ সেইখন স্থানীয় লোকে জব্দ কৰি থৈ দিলে৷ পিছত সেইসকলক হাতে-ভৰিয়ে ধৰিহে বাইকখন উদ্ধাৰ কৰিবলগীয়া হ’ল৷ তাৰ বিনিময়ত প্ৰেমিকাৰ কাপোৰ খোলা যুৱকক এসেকা দিলে ৰাইজে৷ আঁঠু কাঢ়ি ক্ষমা খোজাৰ বিনিময়ত ৰাইজে বাইকখন এৰি দিলে৷ স্থানীয় লোকৰ মতে সেই এলেকাটোৰ পৰিৱেশ এচাম প্ৰেমাস্পদে কলুষিত কৰিছে৷ অনবৰতে নদীখনৰ পাৰত মুকলিতে চলি থকা হৈছে কামলীলা৷
আনহাতে প্ৰেমিকে বস্ত্ৰহৰণ কৰা যুৱতীগৰাকী জুনিয়ৰ কলেজৰ ছাত্ৰী৷ তেওঁ কলেজৰ ক্লাছ নকৰি নদীৰ পাৰত ডেটিং কৰিবলৈ গৈছিল৷ কলেজৰ ইউনিফৰ্ম পিন্ধিয়েই গৈছিল ছোৱালীজনী৷ তেতিয়াই প্ৰেমিকে তেওঁৰ শৰীৰৰ সকলো ভাঁজ গণ্টি কৰি পেলালে৷ কিন্তু দুয়োৰে ভাগ্য আছিল বেয়া৷ গতিকে ক্লাছ নকৰি ফুৰিবলৈ যোৱাৰ কথা ঘৰতো গম পালে৷ পেণ্ট নিপিন্ধাকৈ ৰাইজৰ মাজত ওলাবলগীয়া হ’ল কুমলীয়া ছোৱালীজনী৷ ৰাইজৰ হাতে-ভৰিয়ে ধৰি কোনোমতে থানা যোৱাৰ পৰা বাচিলেও ভাইৰেল হ’বলগা হ’ল৷



