স্তনৰ বাহিৰে একো নাই অসভ্য মহিলাৰ

২ লক্ষাধিক ফল’ৱাৰ্ছে সদায় চাই মহিলাগৰাকীৰ উঠন বুকুৰ সৌন্দৰ্য
নাঙঠ শৰীৰ দেখুৱাই এইগৰাকী মহিলাই ফে’চবুকক বেশ্যালয় কৰি পেলালে
তাৰ পিছতো মহিলাগৰাকীৰহে ওস্তাদী বেছি৷ প্ৰায়ে ফে’চবুকত উলংগ হোৱা মহিলাগৰাকীৰ মতে তেওঁ নিজৰ মৰ্জিমতে কাপোৰ পিন্ধিব৷ কেতিয়াবা মন গ’লে কাপোৰ নিপিন্ধাকৈ ফটো প’ষ্ট কৰিব৷ সেইখিনিলৈ বাৰু ঠিকেই আছে৷ তেওঁ নিজৰ ঘৰত যি পিন্ধে পিন্ধি থাকক৷ তাত আপত্তি কৰিবলৈয়ো কাৰো অধিকাৰ নাই৷ কিন্তু এইগৰাকী মহিলাই সমগ্ৰ অসমে মন্দিৰ হিচাপে স্বীকৃতি দিয়া জুবিনক্ষেত্ৰতো প্ৰদৰ্শন কৰিলে উলংগ শৰীৰ৷ যিদিনা অজস্ৰ লোকে সোণাপুৰত কান্দি-কাটি প্ৰাণৰ শিল্পীক স্মৰণ কৰিছিল, সেইদিনাও এই অসভ্য মহিলাই ব্ৰালেছ ফিগাৰ দেখুৱালে৷ স্তন উদঙাই দিবলৈ জুবিনক্ষেত্ৰত প্ৰৱেশ কৰিলে অসভ্য ভ্লগাৰে৷
তেওঁ অসমৰ এচাম লোকৰ বাবে পৰিচিত কনটেণ্ট ক্ৰিয়েটৰ৷ নিজকে চেলিব্ৰিটী বুলিয়েই ভবা সুন্দৰীয়ে প্ৰায়ে পুৱা এখন বিশেষ ফটো আপলোড কৰে৷ কামাতুৰ পুৰুষসকল হৈছে তেওঁৰ ফল’ৱাৰ্ছ৷ নিজৰ নোমাল ভৰি সদায় ফল’ৱাৰ্ছক তেওঁ দেখুৱাই থাকে৷ বিশেষ শিক্ষা নথকা অসভ্য মহিলাগৰাকীয়ে কেমেৰাটো স্তনৰ ওচৰলৈ চপাই ফটো মাৰে৷ তথাপি অসমৰ জনতাৰ একো আপত্তি নাছিল৷ কাৰণ ব্যক্তিগত স্থানত তেওঁ যি কৰি থাকে সেয়া নিজৰ কথা৷ কিন্তু প্ৰশ্ন হ’ল যে তেওঁ জুবিনক্ষেত্ৰক কলুষিত কৰাৰ অধিকাৰ ক’ত পালে? স্পষ্টভাৱে দেখা গৈছে যে জুবিনক্ষেত্ৰত তোলা ফটোতো তেওঁ কেৱল দেখুৱাবলৈ চেষ্টা কৰিলে স্তন৷
নিজে যে ব্ৰা নিপিন্ধাকৈ জুবিনক্ষেত্ৰত প্ৰৱেশ কৰিছিল সেইটো তেওঁ সদম্ভে প্ৰকাশ কৰিলে৷ ব্ৰা-লেছ ফিগাৰ প্ৰদৰ্শন কৰিবলৈ এইগৰাকী মহিলাই স্তনৰ ওচৰৰ পৰা কৰিলে এটা বিশেষ ভিডিঅ’৷ সেই ভিডিঅ’টোত তেওঁ ব্ৰা অবিহনে শৰীৰ উবুৰিয়াই দিয়াৰ চেষ্টা কৰিলে৷ এইগৰাকী মহিলাই আছিল জুবিনক্ষেত্ৰৰ বিশেষ দিনটোৰ সবাতোকৈ অসভ্য অতিথি৷ অসমৰ ভিন্নপ্ৰান্তৰ লোকে বিশেষ দিনটোত কান্দি কাটি প্ৰাণৰ শিল্পীক উপাসনা কৰিছিল৷ কিন্তু অসভ্য মহিলাগৰাকীয়ে জুবিনক্ষেত্ৰত ঈশ্বৰপুত্ৰক উপাসনা কৰিবলৈ যোৱা নাছিল৷ তেওঁৰ উদ্দেশ্য আছিল জুবিনক্ষেত্ৰত উলংগ ফটো ক্লিক কৰি ফে’চবুকত এনিশাৰ ভিতৰতে ভাইৰেল হোৱা৷
কেৱল জুবিনক্ষেত্ৰতে নহয়, তেওঁ সকলো স্থানতে একেধৰণৰ উত্তেজক প’জ দি ফটো উঠে৷ শেহতীয়াকৈ তেওঁ এটা মন্দিৰ দৰ্শন কৰাৰ ফটো প’ষ্ট কৰিছিল৷ অজস্ৰ হিন্দুধৰ্মীৰ বাবে আস্থাৰ প্ৰতীক সেই মন্দিৰতো তেওঁ শৰীৰ আবুৰ কৰি ৰাখিব নোৱাৰিলে৷ নদীৰ পাৰত বহি তেওঁ ক্লিক কৰা ফটোত দেখুৱাবলৈ চেষ্টা কৰিলে স্তন৷ একমাত্ৰ স্তন দেখুৱাই ভাইৰেল হোৱাৰ চেষ্টা কৰি থকা মহিলাগৰাকীৰ আন একো জ্ঞান নাই৷ তেওঁ কেৱল শৰীৰটো উদঙাই ভাইৰেল হ’ব বিচাৰে৷ সেয়ে সুন্দৰীয়ে ব্ৰা অবিহনে কৰি ফুৰে ভ্ৰমণ৷
এইগৰাকী মহিলাৰ বাবে অসমেই বদনামী হৈছে৷ তেওঁ ইমানদিনে যি অতপালি কৰি আছিল সেয়া সকলোৱে সহ্য কৰিছিল৷ কিন্তু এইবাৰ তেওঁৰ অসভ্যালীয়ে সহ্যৰ সীমা অতিক্ৰম কৰিছে৷ মহিলাগৰাকীয়ে দৰাচলতে ফে’চবুকক বেশ্যালয়ত পৰিণত কৰিছে৷ একমাত্ৰ নিপিন্ধিলে নোহোৱা বাবেহে তেওঁ পৰিধান কৰিছে কাপোৰ৷ অন্যথা উলংগ হোৱাৰ বাবে তেওঁ কুণ্ঠাবোধ নকৰে৷ আনকি স্বামী আৰু সন্তানৰ সন্মুখতো তেওঁ কাপোৰ খুলিছে৷ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে মহিলাগৰাকী হৈ পৰিছে ডিজিটেল বেশ্যা৷