বেয়া পালেও মুখেৰে মাতিব নোৱাৰা হ’ল শালিনীয়ে
অত্যাচাৰ সহ্য কৰি কৰি কান্দি পেলালে ধুনীয়া ছোৱালীজনীয়ে
মডেল হিচাপে সুখ্যাতি অৰ্জন কৰিছে শালিনী পাণ্ডেই৷ কেবাখনো চিনেমাত তেওঁ ছাইড ৰোলত অভিনয়ৰো সুবিধা লাভ কৰিছে৷ নায়িকা হিচাপে কাম কৰাৰ সৌভাগ্য হোৱা নাই শালিনীৰ৷ মাজতে শালিনীয়ে এটা বিজ্ঞাপনত অভিনয় কৰিছিল৷ সেইটোতে শালিনীৰ সৈতে খান উপাধিৰ এজন মডেলেও কাম কৰিছিল৷ বিশেষ বিজ্ঞাপনটো মুকলি কৰাৰ বাবে কোম্পানীৰ তৰফৰ পৰা অনুষ্ঠান পতা হৈছিল৷ সেই অনুষ্ঠানৰ শেষত শালিনীয়ে ফটোৰ বাবে প’জ দিলে৷ তেতিয়া তেওঁৰ সৈতে একেলগে ফটো উঠাৰ আগ্ৰহ কৰিলে সহ অভিনেতা খানে৷ কিন্তু ফটোশ্বুটৰ সময়ত এটা সাংঘাতিক ঘটনা সংঘটিত হ’ল৷ যাৰ বাবে কান্দি পেলালে শালিনী পাণ্ডেই৷ কেৰিয়াৰত আকৌ কেতিয়াও সেইজন অভিনেতাৰ সৈতে কাম নকৰোঁ বুলি কৈ শালিনীয়ে হুকহুকাই কান্দিলে৷ তেওঁৰ সৰ্বশৰীৰ স্পৰ্শ কৰিলে লম্পট অভিনেতাজনে৷ শালিনীৰ কাপোৰৰ ভিতৰতো হাত ভৰালে পাষণ্ড অভিনেতাই৷ কেমেৰাৰ সন্মুখত প্ৰতিবাদো কৰিব নোৱাৰা হ’ল অভিনেত্ৰী শালিনীয়ে৷
দৰাচলতে যেতিয়া ফটোশ্বুট আৰম্ভ হৈছিল তেতিয়া শালিনী অভিনেতাজনৰ কাষ চাপিবলগীয়া হ’ল৷ সুযোগ বুজি অভিনেতাজনে সাবটি ধৰিলে শালিনীক৷ তেওঁ বাহুবন্ধনৰ পৰা মুক্ত হোৱাৰ বাবে চেষ্টা কৰিলে৷ কিন্তু সাপৰ দৰে মেৰিয়াই ধৰা অভিনেতাই শালিনীক এৰি নিদিলে৷ পৰৱৰ্তী সময়ত দুয়োকে কেমেৰালৈ চাই প’জ দিয়াৰ অনুৰোধ কৰা হ’ল৷ তেতিয়াও অভিনেতাজনে শালিনীক পিছফালৰ পৰা সাবটি ধৰিলে৷ কেমেৰাত ধৰা নপৰে বুলি ভাবি তেওঁ শালিনীৰ স্তনত খামোচ মাৰি ধৰিলে৷ আনকি হাতেৰে শালিনীৰ ছাইড বুব স্পৰ্শ কৰি থাকিল লম্পট অভিনেতাই৷ তেতিয়া শালিনীৰ চকুত ধৰা পৰিছিল অস্বস্তি৷ তেওঁ নাগপাশৰ পৰা মুক্ত হোৱাৰ বাবে ছটফটাই আছিল৷ শালিনীয়ে অভিনেতাজনক ঠেলি আঁতৰি যোৱাৰ বাবে সংগ্ৰাম কৰিছিল৷ কিন্তু বলিষ্ঠ শৰীৰৰ অভিনেতাই শালিনীক গবা মাৰি ধৰি আঁতৰি যাবলৈ নিদিলে৷
তেতিয়া শালিনীয়ে অত্যাচাৰ সহ্য কৰি থাকিল৷ কান্দো কান্দো হ’লেও শালিনীয়ে একো নহ’লে খান উপাধিৰ অভিনেতাজনক৷ তেওঁ মনে মনে অত্যাচাৰ সহিলে৷ অৱশ্যে পিছত শালিনীয়ে ধৈৰ্য ধৰিব নোৱাৰা হৈ পৰিল৷ তেওঁ উচাট মাৰি মঞ্চৰ পৰা নামি গ’ল৷ সেই অভিনেতাজন আঁতৰি যোৱাৰ পিছতহে শালিনী আকৌ ষ্টেজত উঠিল৷ এইবাৰ তেওঁ ভালকৈ দিলে ফটোৰ প’জ৷ তেতিয়া শালিনীয়ে সহ অভিনেতাই কৰা অত্যাচাৰৰ বিষয়ে মুখ খুলিলে৷ লম্পট অভিনেতাই যে তেওঁৰ স্তন স্পৰ্শ কৰিলে তাৰ ব্যাখ্য কৰি ক্ষোভিত হৈ পৰিল শালিনী বাৰ্মা৷ তেওঁৰ সৈতে অভিনয় নকৰে বুলি শালিনীয়ে সকলোৰে সন্মুখত প্ৰকাশ কৰিলে৷
এই ঘটনাটো অন-কেমেৰা সংঘটিত হ’ল৷ শালিনীয়ে যন্ত্ৰণাত ছটফটাই থকাটো কেমেৰাত ধৰা পৰিল৷ তেওঁ যে অভিনেতাজনে খামোচ মাৰি ধৰাৰ ফলত স্তনত আঘাত পাইছিল সেয়া জনালে শালিনীয়ে৷ এই বিষয়ে কোম্পানীৰ কৰ্মকৰ্তাক শালিনীয়ে অভিযোগ দাখিল কৰিছে৷ তাৰোপৰি সেই অভিনেতাজনক গালি পাৰি ফে’চবুকত প’ষ্ট দিছে শালিনীয়ে৷ ঘটনাৰ বিষয়ে তেওঁ প্ৰকাশ কৰাৰ পিছতো খান উপাধিৰ লম্পট অভিনেতাই ক্ষমা খোজা নাই৷ তেওঁৰ সৈতে কাম নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবাগৰাকী অভিনেত্ৰীয়ে৷



