বিহাৰৰ যুৱকে বিয়া পাতিলে কাক?

শাৰিৰীক সম্পৰ্কৰ বাবে যিকোনো কামেই কৰিব পাৰে বিহাৰীয়ে
আত্মীয় মহিলাৰ সৈতেও বিহাৰীয়ে কৰিলে বিবাহ
এইটো ঘটনা শুনিলে আপোনাৰ যে মূৰ ঘূৰাই যাব সেইটো খাটাং৷ বিহাৰী যুৱকে প্ৰায়ে খুৰীয়েক অথবা পেহীয়েকক বিয়া পতাৰ দৰে ঘটনা বাৰু ঘটিয়েই থাকে৷ বিহাৰত তেনে ঘটনা অস্বাভাৱিক নহয়৷ মহিলাক ভোগৰ সামগ্ৰী হিচাপে বিহাৰীয়ে বিবেচনা কৰে৷ কিন্তু এইবাৰ তাতকৈয়ো সাংঘাতিক ঘটনা সংঘটিত হ’ল৷ এজন যুৱকে আইতাককে বিয়া পাতিলে৷ কইনা বিচাৰি নোপোৱা যুৱকজন আয়েকৰ প্ৰেমত পৰিছিল৷ ককাকৰ মৃত্যুৰ পিছত আইতাক আছিল তেনেই অকলশৰীয়ে৷ সেয়ে তেওঁৰ প্ৰস্তাৱত আইতাকে সন্মতি দিলে৷ গতিকে যুৱকজনে মন্দিৰলৈ নি আইতাক শিৰত ঢালি দিলে সেন্দূৰ৷ আজিৰ পৰা আইতাক তেওঁৰ পত্নী হ’ল বুলি ঘোষণা কৰিলে বিহাৰী যুৱকে৷ এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ কাটিহাৰত৷ বিশেষ যুৱকজনে কিছুদিনৰ পৰা কইনা বিচাৰি ফুৰিছিল৷২০ গৰাকী যুৱতীয়ে প্ৰত্যাখ্যান কৰিছিল তেওঁক৷ সেয়ে বিয়া পতাৰ সৌভাগ্য নহ’ব বুলি ভাবিছিল যুৱকজনে৷ তথাপি তেওঁ কিন্তু হাৰি যোৱা নাছিল৷ সেয়ে শেষত ঘৰতে বিচাৰি পালে কইনা৷ ককাকৰ অবিহনে অকলশৰীয়া আইতাকেই হৈ পৰিল সংগী৷
অৱশ্যে যুৱকজনৰ আইতাক লাপুং বুঢ়ী হোৱা নাই৷ তেনেই কম বয়সতে বিয়া হোৱা বাবে মহিলাগৰাকী গাভৰু হৈয়েই আছে৷ তেওঁৰ বয়স বৰ্তমান ৫১ বছৰহে৷ মাত্ৰ ৯ বছৰতে বিয়া হোৱা মহিলাগৰাকীৰ স্বামীৰ ৮০ বছৰ বয়সত মৃত্যু ঘটিছে৷ মহিলাগৰাকীয়ে কেতিয়াও স্বামীৰ সংগত সুখী অনুভৱ কৰা নাছিল৷ কাৰণ তেওঁলোকৰ আছিল বয়সৰ পাৰ্থক্য৷ ৫০ বছৰীয়া স্বামীয়ে ২০ বছৰীয়া পত্নীক শাৰিৰীক সুখ দিব পৰা নাছিল৷ গতিকে আজীৱন তেওঁ হৈ আছিল অতৃপ্ত৷ মহিলাগৰাকীৰ পুত্ৰয়ো তেনেই কম বয়সত বিয়া পাতিছিল৷ সেয়ে তেওঁৰ নাতি এতিয়া ডেকা৷ সেই যুৱকজনে কিছুদিনধৰি বিয়া পাতিবলৈ কইনা বিচাৰি আছিল৷ কিন্তু পৰিয়ালৰ লোকে দিন হাজিৰা কৰা যুৱকজনলৈ পোৱাই নাছিল কইনা৷
অৱশ্যে যুৱকজনে নিজেই নিজৰ ব্যৱস্থা কৰি ল’লে৷ তেওঁ হতাশ হৈ আইতাকক এতিয়া কি কৰিম বুলি প্ৰশ্ন কৰিছিল৷ তেতিয়া আইতাকে নিদিলে কোনো উত্তৰ৷ যুৱকজনে তেতিয়া আইতাককে প্ৰেম নিবেদন কৰি দিলে৷ ইমানদিনে অতৃপ্ত হৈ থকা আয়েকে নাতিনীয়েকৰ প্ৰেম নিবেদন গ্ৰহণ কৰিলে৷ তেতিয়া দুয়ো বিবাহৰ সিদ্ধান্ত ল’লে৷ পিছদিনাই মন্দিৰলৈ গৈ আইতাকে নাতিয়েকৰ হাতৰ পৰা পিন্ধিলে বৰমাল্য৷ বৰ্তমান দুয়ো স্বামী-স্ত্ৰী হিচাপে থাকিবলৈ ধৰিছে৷ নাতিয়েকৰ সন্তান জন্ম দিবলৈ প্ৰস্তুত হৈছে আইতাক৷
আজব দম্পত্তিক ওচৰৰ পৰা চাবলৈ যোৱা লোকৰ সংখ্যা যোৱা এসপ্তাহে কমা নাই৷ আইতাক-নাতিয়েকৰ সুখৰ সংসাৰখন চাবলৈ গৈ সাক্ষাৎকাৰ লৈছে শতাধিক লোকে৷ আইতাকে বিয়াৰ বাবে অকণো লাজেই কৰা নাই৷ নিজৰ নাতিৰ সুখৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ সদৰী কৰিছে৷ আইতাক এতিয়াও গাভৰু হৈ থকা বুলি প্ৰকাশ কৰিছে নাতিয়েকে৷ তেওঁক গাভৰু আয়েকে দিব পাৰিছে শাৰিৰীক তৃপ্তি৷ ঘৰৰ পৰা আঁতৰি তেওঁলোকে ৰচিছে সুখৰ জীৱন৷ পৰিয়ালৰ সৈতে সম্পৰ্ক নৰখা যুৱকজনে আইতাকক সকলোৰে সন্মুখতে মৰম কৰিছে৷ নাতিনীয়েকে অন্তৰ উজাৰি দিয়া মৰমে আপ্লুত কৰিছে আইতাকক৷