নতুন প্ৰেমিকক মানি ল’লে পুত্ৰই

কিবা এটা দেখুওৱাৰ চেষ্টা কৰিছিল ৫০ বছৰীয়া গাভৰু মালাইকাই
আজি জিম কৰিবলৈ স্পৰ্টছ ব্ৰা আৰু ট্ৰাউজাৰ পিন্ধি গৈছিল মালা৷ আনদিনাৰ দৰেই মালাৰ সৈতে ছেলফি উঠিবলৈ ৰৈ আছিল অনুৰাগী৷ কিন্তু আজি মালাইকাই এটা অদ্ভুত কাণ্ড কৰিলে৷ তেওঁ আনদিনা জিমৰ পৰা ওলায়েই গাড়ীত উঠিবলৈ যায়৷ আজি কিন্তু মালাইকা গাড়ীৰ ফালে নগ’ল৷ তেওঁ কেমেৰা আছেনে নাই চাই ল’লে৷ তাৰ পিছতে মালাইকাই ষ্ট্ৰেচিং কৰিলে স্পৰ্টছ ব্ৰা৷ কৌশলেৰে মালাইকাই স্তনৰ এটা অংশ দেখুৱাবলৈ চেষ্টা কৰিলে৷ স্পৰ্টছ ব্ৰাটো দাঙি দিয়াৰ সময়ত স্তনৰ এফাল যাতে কেমেৰাত ওলাই তাৰ প্ৰতি মালাইকাই নজৰ ৰাখিলে৷ গোপন অংগ কেমেৰাত ওলোৱাৰ পিছতহে মনটো ভাল লাগিল মালাইকাৰ৷
এই কৌশলেৰে মালাই আকৌ এবাৰ স্তন দেখুৱাই দিলে৷ অৱশ্যে ৫২ বছৰীয়া হ’লেও মালাইকাৰ শাৰিৰীক সৌন্দৰ্য কমা নাই৷ সেয়ে তেওঁ জিমলৈ যোৱাৰ সময়ত ফটো তুলিবলৈ সদায় অনুৰাগীয়ে ভিৰ কৰে৷ আজিও মালাৰ সৈতে ফটো উঠিবলৈ শতাধিক লোক ৰৈ আছিল৷ তেতিয়াই মালাই কৰিলে এইটো বদমাছি৷ মাজতে কিছুদিন মালাৰ মুখত দেখা গৈছিল হতাশাৰ চাপ৷ কিন্তু তেওঁক আকৌ উজ্জ্বীৱিত কৰি তুলিছে প্ৰেমিক হৰ্ষ মেহতাই৷ আজি আকৌ প্ৰেমিকাক সংগ দিবলৈ মুম্বাইত উপস্থিত হৈছে হীৰা বেপাৰী হৰ্ষ৷
জাৰ্মানীৰ পৰা প্ৰতি সপ্তাহতে ভাৰতলৈ আহি থকা হৰ্ষ মালহোট্ৰাই মালাক পিক-আপ কৰিবলৈ জিমৰ বাহিৰত ৰৈ আছিল৷ তেতিয়াই মালাই স্তন প্ৰদৰ্শনৰ দুষ্টালি কৰিয়েই পেলালে৷ মালাৰ স্তন কেমেৰাত আবদ্ধ কৰিলে ফটোগ্ৰাফাৰে৷ মালাই গাড়ী ক’ত আছে পাহৰাৰ দৰে অভিনয় কৰিলে৷ ৫২ বছৰীয়া সুন্দৰী মালাইকাৰ পুত্ৰও যোৱা ছমাহে মুম্বাইত নাই৷ খবৰ অনুসৰি মালাইকাই পুত্ৰ বিদেশলৈ প্ৰেৰণ কৰিছে৷ হৰ্ষ মেহতাৰ সৈতে লিভিং টুগেদাৰ কৰিবলৈ সুবিধা কৰিবলৈ মালাইকাই পুত্ৰক ইংলেণ্ডলৈ পঠিয়াই দিছে৷
মাকৰ এই প্ৰেম কাহিনী প্ৰথমে পুত্ৰ আৰহান খানে মানি লোৱা নাছিল৷ অৰ্জুন কাপুৰে মাকক ৰামঠগন দিয়াৰ পিছত আকৌ নতুন প্ৰেমিকৰ সৈতে ৰিলেশ্যনশ্বিপ কৰাত আৰহানে বাধা দিছিল৷ কিন্তু সংগী অবিহনে জীয়াই থাকিব নোৱাৰে মালাইকা৷ সেইবাবে মাকৰ প্ৰেমিক হৰ্ষ মেহতাৰ সৈতে আৰহানে বন্ধুত্ব কৰিলে৷ জাৰ্মানীলৈ গৈ ভাবী দেউতাক হৰ্ষ মেহতাৰ সৈতে কথাও পাতিলে আৰহানে৷ মাকৰ বিষয়ে সকলো বুজাই আৰহানে হৰ্ষক মানি ল’লে৷ তেতিয়াৰ পৰা প্ৰেমিকৰ সৈতে সুখেৰে আছে মালাইকা৷
নতুন প্ৰেমিকে অতিপাত মৰম কৰে বুলি নিসংকোচে প্ৰকাশো কৰিছে মালাইকাই৷ হৰ্ষ মেহতাই উজ্জ্বীৱিত কৰি তোলা মালাইকা আকৌ গাভৰু হৈ পৰিছে৷ পূৰ্বৰ বিষাদ ভৰা কাহিনী পাহৰি মালাই সদায় কৰিবলৈ ধৰিছে জিম৷ অৰ্জুনৰ অত্যাচাৰৰ দাগ মালাইকাৰ শৰীৰত পৰিছিল৷ কিন্তু তেওঁৰ নতুন প্ৰেমিক হৰ্ষ অৰ্জুনৰ দৰে অত্যাচাৰী নহয়৷ সেয়ে স্বাধীনতা পাই আকৌ মালাইকা হৈ পৰিছে আগৰ দৰে দুষ্ট ছোৱালী৷ আজি প্ৰেমিকৰ সন্মুখতে কেমেৰাত স্তন প্ৰদৰ্শন কৰি মালাইকাই দেখুৱাই দিলে ষ্টাইলিছ দুষ্টালি৷