ক্লাছত শিক্ষকৰ অশ্লীলতাৰ প্ৰশিক্ষণ


হয় বাৰু কথাটো, স্কুলত শিক্ষাৰ্থীক যৌনশিক্ষা দিয়াটো দৰকাৰী
কিন্তু শৰীৰ আৰু প্ৰজনন প্ৰণালীৰ বিষয়ে শিক্ষা দিয়াৰো এটা সীমা থাকিব লাগে৷ এই শিক্ষকজনে সীমা নৰখাকৈ ছাত্ৰীক বুজাবলৈ চেষ্টা কৰিছে শাৰিৰীক সম্পৰ্কৰ সবিশেষ৷ তেওঁক দেখিলেই বুজিব পাৰি যে শিক্ষকজনৰ চৰিত্ৰত গণ্ডগোল আছে৷ প্ৰজনন প্ৰণালীৰ বিষয়ে শিক্ষা দিয়াৰ বাহানা কৰি তেওঁ ছাত্ৰীসকলৰ সৈতে অশ্লীল আচৰণৰ চেষ্টা কৰিছে৷ সেইবাবে হাতত কনড’ম লৈ এদল ছাত্ৰীক প্ৰেক্টিকেল ক্লাছ কৰিবলৈ ধৰিছে এইজন লম্পট শিক্ষকে৷ তেওঁ শ্ৰেণীকোঠাৰ দুৱাৰ বন্ধ কৰি অসভ্য আচৰণ কৰিছে৷ কিন্তু এগৰাকী ছাত্ৰীয়ে গোপনে শ্বুট কৰা ভিডিঅ’ ফাদিল হোৱাৰ পিছতহে প্ৰকাশ হৈছে শিক্ষকজনৰ চৰিত্ৰ৷ লগে লগে কনড’ম ব্যৱহাৰ কৰিবলৈ শিকোৱা লম্পট শিক্ষকৰ বিৰুদ্ধে স্কুলখনৰ কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছে৷
বিশেষ শিক্ষকজন বিহাৰৰ৷ ৰাজ্যখনৰ পূৰ্ণিয়া জিলাৰ এখন হাইস্কুলত তেওঁ পাঠদান কৰে৷ বিজ্ঞানৰ শিক্ষক হিচাপে তেওঁক পাঠ্যক্ৰমৰ প্ৰজনন প্ৰণালীৰ বিষয়ে শিক্ষাদান কৰিবলৈ প্ৰধান শিক্ষকে দায়িত্ব প্ৰদান কৰিছিল৷ তাৰ সুযোগ গ্ৰহণ কৰি এদিন ছাত্ৰীসকলক অকলে ক্লাছ কৰিবলৈ তেওঁ আহ্বান জনালে৷ মাষ্টৰৰ কথা শুনি ক্লাছত প্ৰৱেশ কৰা ছাত্ৰীসকলৰ সন্মুখত তেওঁ প্ৰদৰ্শন কৰিলে কনড’ম৷ সুৰক্ষিত শাৰিৰীক সম্পৰ্কৰ বাবে যে কনড’ম ব্যৱহাৰ কৰিব লাগে সেয়া বৰ্ণনা কৰিলে শিক্ষকজনে৷ অৱশ্যে সিমানলৈ সকলো ঠিকেই আছিল৷ কিন্তু এইবাৰ শিক্ষকজনে কেনেদৰে কনড’ম ব্যৱহাৰ কৰিব লাগে তাৰো প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ধৰিলে৷ সকলো ছাত্ৰীকে থিয় কৰাই তেওঁ কনড’ম ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে শিক্ষা দিলে৷
ইয়াতো শিক্ষকজন ক্ষান্ত নাথাকিল৷ তেওঁ এইবাৰ ছাত্ৰীসকলক কনড’মৰ উপযোগিতাৰ বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰিলে৷ শাৰিৰীক সম্পৰ্ক কৰাৰ সময়ত কনড’ম ব্যৱহাৰ কৰিলে তৃপ্তি পোৱা যা নে নাযায় তাৰ বিষয়েও তেওঁ দিলে লেকচাৰ৷ ছাত্ৰীসকলক অকলে পাই তেওঁ কাপোৰ খুলিবলৈ নিৰ্দেশ দিলে৷ প্ৰথমে শিক্ষকৰ তেনে কাণ্ডত ৰস পাইছিল অষ্টম শ্ৰেণীৰ ছাত্ৰীসকলে৷ পিছে শিক্ষকে অসভ্য আচৰণ কৰিবলৈ ধৰাত তেওঁলোক অতিষ্ঠ হৈ পৰিল৷ তেতিয়া এগৰাকী ছাত্ৰীয়ে শিক্ষকজনে কনড’ম ব্যৱহাৰ কৰিবলৈ শিকোৱাৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত কৰিলে৷ পৰৱৰ্তী সময়ত অষ্টম শ্ৰেণীৰ এদল ছাত্ৰকো কনড’ম ব্যৱহাৰৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিলে লম্পট শিক্ষকজনে৷ তেওঁ আনকি নিৰ্বস্ত্ৰ হ’বলৈয়ো বাধ্য কৰিলে ছাত্ৰক৷
এই ঘটনাৰ বিষয়ে তাৎক্ষণিকভাৱে প্ৰকাশ নাপালে৷ কিছুদিনৰ পিছত শিক্ষকজনৰ অসভ্যালি ফাদিল হোৱাৰ লগে লগে জাঙুৰ খাই উঠিল শিক্ষাৰ্থী৷ তেওঁলোকৰ দাবী অনুসৰি কনড’ম পিন্ধিবলৈ শিকোৱা মাষ্টৰক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে৷ কনড’মৰ পেকেট শিক্ষকজনে ছাত্ৰীসকলক উপহাৰ দিয়া বুলি তেওঁলোকে অভিযোগ কৰিছে৷ সেই অনুসৰি বিশেষ শিক্ষকজনে প্ৰেমিকৰ সৈতে শাৰিৰীক সম্পৰ্ক কৰিলে কনড’ম ব্যৱহাৰ কৰিবলৈ সকলো ছাত্ৰীক উপদেশ দিছিল৷ সেয়ে ছাত্ৰীসকলক উপহাৰ দিছিল কনড’ম৷
এইধৰণৰ অশ্লীল কাণ্ড ফাদিল হোৱাৰ পিছত শিক্ষকজনক বিহাৰৰ শিক্ষা বিভাগে নিলম্বিত কৰিছে৷ চৌদিশে সমালোচনাৰ বাবে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে প্ৰধান শিক্ষকে৷ অভিযোগ অনুসৰি কনড’ম ব্যৱহাৰৰ প্ৰশিক্ষণ দিয়াৰ সময়ত সুযোগ বুজি সেই শিক্ষকজনে স্পৰ্শ কৰিছিল ছাত্ৰীৰ গোপন অংগ৷ তেওঁ ছাত্ৰীকো কাপোৰ খুলিবলৈ বাধ্য কৰিছিল৷ শিক্ষকৰ নিৰ্দেশ মানি শ্ৰেণীকোঠাতে নগ্ন হৈছিল ছাত্ৰী৷ তেওঁৰ চৰিত্ৰ ফাদিল হোৱাৰ পিছত কঠোৰ হৈছে চৰকাৰ৷ চাকৰিৰ পৰা খেদা হৈছে শিক্ষকজনক৷