অতিষ্ঠ বয়ফ্ৰেণ্ডে দাখিল কৰিলে এজাহাৰ

বয়ফ্ৰেণ্ডক শান্তিৰে জীয়াই থাকিবলৈ নিদিলে জুলিয়াই
এক্স বয়ফ্ৰেণ্ডৰ গোচৰৰ বাবে জে’লত সোমাল সুন্দৰী
জুলিয়া নামৰ ২৭ বছৰীয়া যুৱতীগৰাকী কোনো শাৰিৰীক সমস্যা নাই৷ কিন্তু তেওঁ বিশেষ মনোৰোগত আক্ৰান্ত৷ জুলিয়াই সকলো সময়তে বিচাৰে শৰীৰৰ সুখ৷ বয়ফ্ৰেণ্ডক মিলনৰ বাবে অতিষ্ঠ কৰে জুলিয়াই৷ ২৭ বছৰীয়া জুলিয়াক গোটেই দিনটোৱেই শাৰিৰীক মিলনৰ সুখ লাগে৷ তেওঁ বয়ফ্ৰেণ্ড ৰবাৰ্টক কৰিবলৈ নিদিয়ে অফিচৰ কাম৷ ব্যক্তিগত কামত ৰবাৰ্ট ওলাই গ’লেও জুলিয়াই ফোন কৰি অতিষ্ঠ কৰে৷ সেযে জুলিয়াৰ সৈতে ৰবাৰ্টে ব্ৰেক-আপ কৰিছিল৷ শাৰিৰীক সুখৰ বাবে উন্মাদ জুলিয়াৰ সৈতে থাকিব নোৱাৰে বুলি কাণত ধৰিছিল ৰবাৰ্টে৷ তথাপি তেওঁ নাপালে শান্তি৷ সেয়ে ৰবাৰ্টে গোচৰ ৰুজু কৰিলে৷ তেওঁৰ মতে জুলিয়া দিনটোৰ বেছিভাগ সময় কামলীলাৰ বাবে ইচ্ছুক হৈ থাকে৷ জুলিয়াই প্ৰেমিকাক কামলীলা নকৰিলে অতিষ্ঠ কৰে৷ ৰবাৰ্ট নামৰ বয়ফ্ৰেণ্ডজনক অফিচৰ কাম কৰিবলৈ সুযোগ নিদিয়ে জুলিয়াই৷ অনবৰতে শাৰিৰীক মিলনৰ বাবে চেষ্টা কৰি থকা জুলিয়াই ব্ৰেক-আপৰ পিছতো ৰবাৰ্টক ঘৰলৈ মাতি নিছিল৷ কিন্তু পলাই ফুৰা ৰবাৰ্টক ব্লেকমেইলো কৰিছিল জুলিয়াই৷ প্ৰাইভেট ফটো ফাদিল কৰিম বুলি ধমকি দি ৰবাৰ্টক শাৰিৰীক মিলন ঘটাবলৈ জুলিয়াই বাধ্য কৰিছিল৷ ফলত ৰবাৰ্ট শেষত আৰক্ষীৰ দ্বাৰস্থ হ’ল৷ ঘটনাৰ গুৰুত্ব অনুধাৱন কৰি জুলিয়াক পুলিচে গ্ৰেপ্তাৰ কৰিলে৷ কিন্তু লক-আপতো কাকো শান্তি নিদিলে জুলিয়াই৷
মেক্সিকোৰ যুৱতী জুলিয়াৰ বয়স মাত্ৰ ২৭ বছৰ৷ এইকণ বয়সতে জুলিয়া মানসিক ৰোগত আক্ৰান্ত হৈছে৷ তেওঁ শাৰিৰীক সম্পৰ্কৰ বাবে হৈ পৰিছে উন্মাদ৷ অনবৰতে জুলিয়াৰ কামকেলিৰ বিষয়ে চিন্তা কৰি থাকে৷ সেয়ে জুলিয়াৰ সংগীয়ে নাপায় শান্তি৷ জুলিয়া নামৰ যুৱতীগৰাকীৰ সৈতে ৰবাৰ্টৰ তিনিবছৰ সম্পৰ্ক আছিল৷ প্ৰথমে জুলিয়াৰ অত্যাচাৰক মৰম বুলি ভাবিছিল প্ৰেমিকে৷ কিন্তু জুলিয়াই যেতিয়া প্ৰতিদিনে কাম লীলাৰ বাবে অত্যাচাৰ কৰিবলৈ ধৰিলে তেতিয়া তেওঁ অশান্ত হৈ পৰিল৷ ৰবাৰ্টৰ মতে জুলিয়া হৈছে বিকৃত মানসিকতাৰ৷ সেয়ে তেওঁ পুৰুষৰ সৈতে নিজ ইচ্ছামতে কামলীলা কৰিব বিচাৰে৷ ৰবাৰ্টে জুলিয়াৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ নিশা বন্ধুৰ ঘৰত লুকাই আছিল৷ কিন্তু ৰবাৰ্টক বিচাৰি নি শাৰিৰীক সম্পৰ্ক কৰিবলৈ বাধ্য কৰিছিল জুলিয়াই৷ ফলত কিছুদিন পূৰ্বে ৰবাৰ্ট জুলিয়াৰ জীৱনৰ পৰা আঁতৰি গৈছিল৷ ইমানৰ পিছতো ৰবাৰ্টে শান্তিয়েই নাপালে৷ জুলিয়া নামৰ যুৱতীগৰাকীয়ে ৰবাৰ্টক কৰিলে নিৰ্যাতন৷
এই বিষয়ে অনুসন্ধান কৰি গ্ৰেপ্তাৰ কৰাৰ পিছতো জুলিয়া শান্ত নহ’ল৷ তেওঁ লক-আপতো শাৰিৰীক সম্পৰ্ক কৰিবলৈ উন্মাদ হৈ পৰিল৷ ৰবাৰ্টক কাষত নাপাই আৰক্ষীকো জুলিয়াই দিলে শাৰিৰীক মিলনৰ প্ৰস্তাৱ৷ এই বিষয়ে মেক্সিকোৰ আদালতত আৰক্ষীয়ে উল্লেখ কৰিছে৷ জুলিয়াই মুক্তি পালে কোনো সংগী সুখত থাকিব নোৱাৰিব বুলি উল্লেখ কৰিছে আৰক্ষীয়ে৷ সেয়ে আদালতে জুলিয়াৰ জামিন আবেদন বাতিল কৰিছে৷ মানসিক ৰোগৰ ফলত জুলিয়া হৈ পৰিছে অস্থিৰ৷ সেয়ে তেওঁ সকলো সময়তে বিচাৰিছে সুখ৷
অৱশ্যে মানসিক ৰোগৰ চিকিৎসকে এয়া জুলিয়াৰ অসুখ নহয় বুলি প্ৰকাশ কৰিছে৷ চিকিৎসকৰ মতে জুলিয়া হৈছে পুৰুষৰ সান্নিধ্য পাবলৈ ব্যাকুল হৈ থকা মহিলা৷ তেওঁক অনবৰতে লাগে সংগীৰ সাহচৰ্য৷